Category: SVN Class 6 Social Science (AM)

SVN Class 6 Social Science Chapter 7 Answer অসমৰ জলবায়ু, উদ্ভিদ, বন্যপ্ৰানী আৰু কৃষি

অসমৰ জলবায়ু, উদ্ভিদ, বন্যপ্ৰানী আৰু কৃষি পাঠ নং-৭ ১। উত্তৰ লিখাঃ (ক) অসমত বছৰটোক কেইটা ঋতুত বিভক্ত কৰা হয় ? উত্তৰঃ অসমত বছৰটোক ৬ টা ঋতুত বিভক্ত কৰা হয়। (খ) প্ৰকাৰ অনুসৰি অসমৰ উদ্ভিদক কেইটা ভাগত ভগোৱা হৈছে ? উত্তৰঃ প্ৰকাৰ অনুসৰি অসমৰ উদ্ভিদক ৩ টা ভাগত ভগোৱা হৈছে। (গ) অসমত ৰাষ্টীয় উদ্যান আৰু বন্যপ্ৰাণী…

Read the full article

SVN Class 6 Social Science Chapter 6 Answer পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ

পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ পাঠ নং – ৬ ১। তলৰ প্ৰশ্নৰ উত্তৰ লিখা- (ক) পৃথিৱীৰ প্ৰধান ভূ-ৱয়ৱ কোনকেইটা ? উত্তৰঃ পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ কেইটা হৈছে- পৰ্বত, পাহাৰ, মালভূমি আৰু সমভূমি। (খ) উৎপত্তি অনুসৰি পৰ্বতবোৰক কেইটা ভাগত ভাগ কৰা হৈছে ? উত্তৰঃ উৎপত্তি অনুসৰি পৰ্বতবোৰক চাৰিটা ভাগত ভাগ কৰা হৈছে। (গ) সমভূমিবোৰ কেনেদৰে গঠিত হয় ? উত্তৰঃ…

Read the full article

SVN Class 6 Social Science Chapter 5 Answer ভূগোলৰ অধ্যয়ন-আহিলা

ভূগোলৰ অধ্যয়ন-আহিলা পাঠ নং-৫ ১। তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া ঃ (ক) মানচিত্ৰৰ মাপনী কাক বোলে ? উত্তৰঃ ভূ-পৃষ্ঠৰ দুখন ঠাইৰ মাজৰ দুৰত্ব আৰু মানচিত্ৰৰ সেই ঠাই দুখন বুজোৱা বিন্দু দুটাৰ মাজৰ দূৰত্বৰ অনুপাতেই হ’ল মাপনী। (খ) মাপনী কেইপ্ৰকাৰৰ ? উত্তৰঃ মাপনী দুই প্ৰকাৰৰ। (গ) সৰু মাপনী কেনেকুৱা মানচিত্ৰত ব্যৱহাৰ হয় ? উত্তৰঃ সৰু মাপনী…

Read the full article

SVN Class 6 Social Science Chapter 4 Answer

পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ পাঠ নং – ৪ এই পাঠটোত প্ৰশ্ন নাই – মনত ৰাখিবলগীয়া কথা 🍀 পৃথিৱীৰ মুঠ চাৰিটা মণ্ডল আছে – স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল । 🍀পৃথিৱীৰ উচ্চতম শৃংগ মাউন্ট এভাৰেষ্ট উচ্চতা ৮,৮৪৮ মিটাৰ । 🍀পৃথিৱীৰ গভীৰতম খাদ হ’ল মেৰিয়ানা খাদ, যাৰ গভীৰতা ১১,০২২ মিটাৰ । 🍀জলমণ্ডলে পৃথিৱীৰ ৭১ শতাংশ এলেকা আগুৰি আছে…

Read the full article

SVN Class 6 Social Science Chapter 3 Answer পৃথিৱীৰ গতি

পৃথিৱীৰ গতি পাঠ নং-৩ ১। এটা শব্দত উত্তৰ লিখা- (ক) পৃথিৱীৰ আৱৰ্তন কাল কিমান ? উত্তৰঃ পৃথিৱীৰ আৱৰ্তন কাল ২৪ ঘণ্টা। (খ) অধিবৰ্ষত ফেব্ৰুৱাৰী মাহ কিমানদিনীয়া ? উত্তৰঃ অধিবৰ্ষত ফেব্ৰুৱাৰী মাহ ২৯ দিনীয়া। (গ) সূৰ্য আৰু পৃথিৱীৰ মাজৰ সৰ্বনিম্ন দূৰত্বক কি বুলি কোৱা হয় ? উত্তৰঃ সূৰ্য আৰু পৃথিৱীৰ মাজৰ সৰ্বনিম্ন দূৰত্বক অনুসূৰ বুলি কোৱা…

Read the full article

SVN Class 6 Social Science Chapter 2 Answer পৃথিৱীৰ আকাৰ আৰু আকৃতি

পৃথিৱীৰ আকাৰ আৰু আকৃতি পাঠ নং- ২ ১। কেৱল উত্তৰ লিখা – (ক) ২৩ ১/২॰ উত্তৰ অক্ষৰেখাডালক কি বুলি কোৱা হয় ? উত্তৰঃ ২৩ ১/২॰ উত্তৰ অক্ষৰেখাডালক কৰ্কটক্ৰান্তি বুলি কোৱা হয়। (খ) দুই মেৰু লগ লগাই পৃথিৱী মাজেৰে কল্পনা কৰা ৰেখাডালক কি বুলি কোৱা হয় ? উত্তৰঃ দুই মেৰু লগ লগাই পৃথিৱী মাজেৰে কল্পনা কৰা…

Read the full article

SVN Class 6 Social Science Chapter 1 Answer সৌৰজগতত আমাৰ পৃথিৱী

সৌৰজগতত আমাৰ পৃথিৱী পাঠ নং – ১ ১। উত্তৰ লিখা- (ক) সৌৰজগতৰ কোনকেইটা গ্ৰহৰ উপগ্ৰহ নাই ? উত্তৰঃ শুক্ৰ গ্ৰহৰ আৰু বুধ গ্ৰহৰ উপগ্ৰহ নাই। (খ) সূৰ্যৰ বহিৰ্ভাগৰ উত্তাপ কিমান ? উত্তৰঃ সূৰ্যৰ বহিৰ্ভাগৰ উত্তাপ ৬০০০° চেলছিয়াছ। (গ) পৃথিৱীয়ে কিমান কিলোমিটাৰ বেগেৰে সূৰ্যৰ চাৰিওফালে ঘূৰে ? উত্তৰঃ পৃথিৱীয়ে ঘণ্টাত ১৬৭০ কিলোমিটাৰ বেগেৰে সূৰ্যৰ চাৰিওফালে ঘূৰে।…

Read the full article

SVN Class 6 Social Science Answer

১. সৌৰজগতত আমাৰ পৃথিৱী ২. পৃথিৱীৰ আকাৰ আৰু আকৃতি ৩. পৃথিৱীৰ গতি ৪. পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ ৫. ভূগােলৰ অধ্যয়ন – আহিলা ৬. পৃথিৱীৰ প্রধান ভূ-অৱয়ৱ ৭. অসমৰ জলবায়ু , উদ্ভিদ , বন্যপ্রাণী আৰু কৃষি ৮. আমাৰ ভাৰতবর্ষ ৯. ইতিহাস অধ্যয়নৰ প্ৰয়ােজনীয়তা ১০. আদি প্রস্তৰ যুগ ১১. আদিম মানুহৰ অর্থনৈতিক কার্যকলাপ আৰু স্থায়ী বসবাস ( নৱপ্ৰস্তৰ…

Read the full article