Category: SVN Class 7 Assamese (AM)

SVN Class 7 Assamese Chapter 11 Answer লােভ

Chapter 11 লােভ ১। অতি চমু উত্তৰ দিয়া- ( ক ) গল্পটিৰ লেখকজনৰ নাম কি ? উত্তৰঃ গল্পটিৰ লেখকজনৰ নাম লক্ষ্মীনাথ বেজবৰুৱা । ( খ ) তামসিক প্রকৃতিৰ লােক বুলি কাক কোৱা হৈছে ? উত্তৰঃ আসুৰিক প্রবৃত্তিৰ মানুহক কোৱা হৈছে । ( গ ) সন্তান বৎসল মাক মানে কাক বুজাইছে ? উত্তৰঃ সন্তান বৎসল মাক…

Read the full article

SVN Class 7 Assamese Chapter 10 Answer কপালেহে গােপাল

Chapter 10 কপালেহে গােপাল ১। ভাগ্যধৰ কোন আছিল ? উত্তৰঃ ভাগ্যধৰ কামাখ্যাৰ আঠপৰীয়া এজনৰ ল’ৰা আছিল । ২। বিক্রমাদিত্য ক’ৰ ৰজা আছিল ? উত্তৰঃ উজ্জয়িনী দেশৰ ৰজা আছিল । ৩। মিহিৰ মুনি কিয় কামৰূপলৈ আহিছিল ? উত্তৰঃ মিহিৰ মুনি কামাখ্যা দর্শন কৰিবলৈ আহিছিল । ৪। ডাকপুৰুষৰ জন্মদাতা বুলি কাক বিশ্বাস কৰা হয় ? উত্তৰঃ মিহিৰ…

Read the full article

SVN Class 7 Assamese Chapter 9 Answer ধূলিকণা মই

Chapter 9 ধূলিকণা মই ১। চমুকৈ উত্তৰ দিয়া – ( ক ) কবিৰ মৃত্যুৰ পাছতো কি কি কাম চলি থাকিব বুলি কৈছে ? উত্তৰঃ কবিৰ মৃত্যুৰ পাছতাে দিন গ’লে ৰাতি হ’ব , জোন – বেলি ওলায়ে থাকিব , গছত ফুল ফুলিব , বতাহ বলিব , নিজ বাটত নক্ষত্ৰবােৰ ঘূৰি থাকিব । মুঠতে কবিৰ মৃত্যুৰ পাছত…

Read the full article

SVN Class 7 Assamese Chapter 8 Answer ওলোম ৰজাৰ চোলােম মন্ত্রী

Chapter 8 ওলোম ৰজাৰ চোলােম মন্ত্রী ১। ওলোম ৰজাৰ সম্পূর্ণ নাম কি আছিল ? উত্তৰঃ শ্ৰীযুক্ত ওলােমচন্দ্র ভূপ বাহাদুৰ । ২। ৰজা আৰু মন্ত্ৰীৰ উচ্চতা কিমান আছিল ? উত্তৰঃ ৰজাৰ উচ্চতা তিনি ফুট আৰু মন্ত্ৰীৰ উচ্চতা ছফুট আছিল । ৩। সপােনৰ কথা কেতিয়াও মিছা নহয় বুলি ৰজাক কোনে কৈছিল ? উত্তৰঃ সপােনৰ কথা কেতিয়াও মিছা…

Read the full article

SVN Class 7 Assamese Chapter 6 Answer সুমধুৰ সুমংগল (শংকৰদেৱৰ জীৱনভিত্তিক শিশু নাটিকা)

সুমধুৰ সুমংগল (শংকৰদেৱৰ জীৱনভিত্তিক শিশু নাটিকা) Chapter – 6 ১। খেৰসূতী কোন আছিল ? উত্তৰঃ খেৰসূতী শংকৰদেৱৰ বুঢ়ীমাক আছিল । ২। শংকৰদেৱে কিমান বছৰলৈ ধিতিঙালি কৰি ফুৰিছিল ? উত্তৰঃ শংকৰদেৱে বাৰ বছৰলৈ ধিতিঙালি কৰি ফুৰিছিল । ৩। টেটোন বুলি কাক , কিয় কৈছে ? উত্তৰঃ শংকৰদেৱক কৈছে । বুঢ়ীমাক খেৰসূতীয়ে বাৰ বছৰীয়া শংকৰৰ গাত কথা…

Read the full article

SVN Class 7 Assamese Chapter 5 Answer ব্যায়াম

ব্যায়াম Chapter – 5 ১। চমু উত্তৰ লিখা – ( ক ) নির্বলী মানুহৰ স্বাস্থ্য কেনেধৰণৰ হয় ? উত্তৰঃ নির্বলী মানুহৰ স্বাস্থ্য আলসুৱা হয় । ( খ ) পাঠটিত উল্লিখিত বিৰিংগ পুৰুষ গৰাকীৰ নাম কি আছিল ? উত্তৰঃ পাঠটিত উল্লিখিত বিৰিংগ পুৰুষ গৰাকীৰ নাম চেণ্ডো চাহাব আছিল । ( গ ) ব্যায়াম আমি কেনেদৰে আৰু…

Read the full article

SVN Class 7 Assamese Chapter 4 Answer ল’ৰাকাল

ল’ৰাকাল Chapter – 4 ১। কবিয়ে শৈশৱত কেনেদৰে উমলিছিল ? উত্তৰঃ শৈশৱ কালছােৱা সকলােৰে বাবে ৰং – ধেমালি কৰি উমলি ফুৰাৰ সময় । ৰংমনেৰে মাটিৰ পুতলী সাজিছিল । আইতাকৰ ৰিহাৰ আঁচলত ধৰি লৰি ফুৰিছিল । ভায়েক –ভনীয়েকক ফুৰাবলৈ নি সিহঁতৰ লগতে উমলিছিল । ২। কবিয়ে শৈশৱত কি সাজি অধিক আনন্দ পােৱাৰ কথা কৈছে ? উত্তৰঃ…

Read the full article

SVN Class 7 Assamese Chapter 3 Answer ভৰত চৰাই আৰু তাইৰ পােৱালিবিলাক

ভৰত চৰাই আৰু তাইৰ পােৱালিবিলাক Chapter – 3 ১। ভৰত চৰায়ে ক’ত বাহ সাজিছিল ? উত্তৰঃ ভৰত চৰায়ে গমৰ খেতিৰ মাজত বাহ সাজিছিল । ২। ভৰত চৰাইজনীয়ে বাহত পােৱালি বিলাকক এৰি থৈ সদায় দূৰলৈ গুচি যায় কিয় ? উত্তৰঃ আহাৰ বিচাৰি ভৰত চৰাইজনীয়ে বাহত পােৱালি বিলাকক এৰি থৈ সদায় দূৰলৈ গুচি যায় । ৩। চৰাইজনী…

Read the full article

SVN Class 7 Assamese Chapter 2 Answer ঈশ্বৰ – বিশ্বাসী হ’বা

ঈশ্বৰ – বিশ্বাসী হ’বা Chapter – 2 প্রশ্ন ১। চমু উত্তৰ দিয়া – ( ক ) কেনে মানুহৰ মনত শান্তি আৰু সুখে নিগাজিকৈ বাহ লয় ? উত্তৰঃ ঈশ্বৰত বিশ্বাস স্থাপন কৰি সুখ – দুখ , সম্পদ বিপদ সকলাে তেওঁৰ চৰণত সমর্পণ কৰি কর্তব্য কাম কৰি চলা মানুহৰ মনত শান্তি আৰু সুখে নিগাজিকৈ বাহ লয় ।…

Read the full article

SVN Class 7 Assamese Chapter 1 Answer বৰগীত

বৰগীত Chapter- 1 প্রশ্ন ১। বৰগীতটিৰ মূলভাৱ লিখা । উত্তৰঃ এই বৰগীতটিৰ মাজেৰে বাৎসল্য ভাবৰ এই গীতটিৰ মাজেৰে ভক্ত আৰু ভগৱানৰ মিলনৰ পথহে দেখুওৱা হৈছে লগতে বৰগীতটিৰ মাজেৰে মহাপুৰুষ মাধৱদেৱে পৰমপুৰুষ শ্ৰীকৃষ্ণৰ শিশুকালৰ বর্ণনা দাঙি ধৰিছে । ভকতৰ মনােবাঞ্ছা পূৰণ কৰিবলৈ কৃষ্ণই সাধাৰণ শিশুৰূপত উপজি যশােদাৰ ঘৰত কিদৰে নানা চাতুৰী খেলিছিল , তাকে কবিয়ে এই…

Read the full article