Chapter 7 The Mouse and the Cake নিগনি আৰু কেক Word Note: Mortal- one who cannot live forever. মৰ্ত্য- যি চিৰকাল জীয়াই থাকিব নোৱাৰে। Panted- took short, quick breaths হাঁহিলে- চুটি, খৰকৈ উশাহ ল’লে Gulping- swallowing quickly গিলি- খৰকৈ গিলি পেলোৱা Groaned- (here) cried in pain হুমুনিয়াহ কাঢ়িলে- (ইয়াত) বিষত কান্দিলে Distress- great pain দুখ-…