২। মগনিয়াৰ – যতীন্দ্ৰ নাথ দুৱৰা
৩। আনন্দৰাম বৰুৱা – উপেন্দ্ৰ চন্দ্ৰ লেখাৰু
৪। হস্তিবিদ্যাৰ্ণৱ পুথি – ড° সূৰ্যকুমাৰ ভূঞা
৫। ভাৰতীয় আদৰ্ষত বৈৰাগ্য – তীৰ্থনাথ শৰ্মা
৭। অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা – উপাল দত্ত
৮। বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো
গোট-২ পদ্য
১। বৰগীত (উঠৰে উঠ বাপু) – মাধৱদেৱ
২। বিশ্বখনিকৰ – মফিজুদ্দিন আহমেদ হাজৰিকা
৪। জনতাৰ আহ্বান – জ্যোতিপ্ৰসাদ আগৰৱালা
৫। কাঠমিস্ত্ৰীৰ ঘৰ – ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত(new)
৭। উভতি নহাৰ কবিতা – নৱকান্ত বৰুৱা
৮। কৰুণতম – ড° নিৰ্মলপ্ৰভা বৰদলৈ
গোট-৩ ঃ কৈশোৰ শিক্ষা আৰু মূল্যবোধৰ শিক্ষা
মূল্যবোধ-শিক্ষা ঃ ড° দুলুমণি গোস্বামী
কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা ঃ ড° স্বৰ্ণলতা দাস
গোটা- ৪ ঃঅসমীয়া ভাষাৰ ব্যাকৰণ
অসমীয়া ভাষাৰ ব্যাকৰণ ঃ
( ক) বিভক্তি ঃ ক্ৰিয়া বিভক্তি আৰু নাম বিভক্তি
( খ ) প্ৰত্যয় ঃ কৃৎ প্ৰত্যয় আৰু তদ্ধিৎ প্ৰত্যয়
( গ) জতুৱা ঠাচঁ ঃ