২। উত্তৰ দিয়া।
(ক) কেনেকুৱা কথাই চুচুক-চামাককৈ ৰৈ আছিল?
উত্তৰঃ ফুচুক-ফাচাক কথাই।
(খ) কাৰ পেটত কথাটো কথমপি ৰৈ আছিল?
উত্তৰঃ জুপুক-জাপাক বুঢ়াৰ পেটত।
(গ) পোলোক-পালাক চকুৰে চাই কোন আহিছিল?
উত্তৰঃ মোলোক দেওঁ আহিছিল।
(ঘ) কথাৰ মেল কিমান পৰ বহিছিল?
উত্তৰঃ ৩ পৰ মান বহিছিল।
৫। উত্তৰ দিয়া-
(ক) ভাত উতলাদি ভুতুক-ভাতাক কৈ বুঢ়াৰ পেটত উতলি থাকি কোন ওলাব নোৱৰা হৈ আছিল?
উত্তৰঃ ফুচুক-ফাচাক কথা।
(খ) মোলোক দেওঁ কেনেকৈ যাবলৈ ওলাল?
উত্তৰঃ খৰম খটক-খাটাক কৰি যাবলৈ ওলাল।
(গ) মোলোক দেউৱে কেনেদৰে বাট বুলিছিল?
উত্তৰঃ মুচুক-মাচাক হাঁহি মাৰি।
৬। বিশেষ্য পদবোৰ বিষেশণ পদলৈ নিয়া।
উত্তৰঃ
বন – বনুৱা।
ৰণ – ৰণুৱা।
ঘৰ – ঘৰুৱা।
সাৰ -সাৰুৱা।
পলস – পলসুৱা।
বজাৰ – বজাৰুৱা।
১০। শব্দৰ লগত অৰ্থ মিলোৱা।
আটা – ঘেঁহুৰ গুড়ি।
আতা – পিতাকৰ পিতাক।
কাণ – শুনা ইন্দ্ৰিয়।
কান – কান্ধ।