SVN Class 4 Maths Chapter 6 Solution জোখ-মাখ (বস্তুৰ আয়তন)

Chapter 6

জোখ-মাখ (বস্তুৰ আয়তন)

১। তলৰ কোনবোৰ বস্তু জুখিবলৈ তুলাচনী ব্যৱহাৰ কৰিবা ? চাউল, আটা, দাইল, নাৰিকল, আম, পিয়াজ, পানী, পাণ, কণী ।

২। তুলাচনীৰ কোনখন পাল্লা তললৈ নামিব? চিন দিয়া।

৩। তুলাচনী চাই কোনটো বস্তুৰ ওজন কিমান চাওঁ আহাঁ

ওপৰৰ চিত্ৰসমূহৰ পৰা উত্তৰ দিয়া—

ক) কোনটো বস্তুৰ ওজন আটাইতকৈ বেছি?

খ) কোনটো বস্তুৰ ওজন আটাইতকৈ কম ?

গ) কঠাল আৰু তৰমুজৰ ওজনৰ পাৰ্থক্য কিমান?

ঘ) তৰমুজ আৰু চাউলৰ মোনাৰ ওজনৰ পাৰ্থক্য কিমান?

৪। গ্রাম এককত প্ৰকাশ কৰাঃ

ক) ২ কিলোগ্রাম

খ) ৪ কিলোগ্রাম

গ) ৩ কিলোগ্রাম ৫০০ গ্রাম

ঘ) ৪ কিলোগ্রাম ৫০০ গ্রাম

৫। যোগ কৰাঃ

ক) ২কিলোগ্রাম ৩০০ গ্রাম আৰু ১ কিলোগ্রাম ২০০ গ্রাম।

খ) ৪ কিলোগ্রাম ৫০০ গ্রাম আৰু ২ কিলোগ্রাম ১০০ গ্রাম।

গ) ৩ কিলোগ্রাম আৰু ২ কিলোগ্রাম ২০০ গ্রাম।

৬। দোকানৰ পৰা তলৰ বস্তু কেইবিধ দেউতাৰাই কিনি আনিলে। বস্তুবোৰ অনুমান কৰি ওজনবোৰ গ্ৰাম আৰু কিল’গ্ৰামত লিখা।

বস্তু ওজন গ্রাম / কিল’গ্রাম

চাউল ৩ কিল’গ্রাম

দাইল ১ কিল’গ্রাম

চেনি ৫০০ গ্রাম

আটা ২ কিল’গ্রাম

চাহপাত ৫০০ গ্রাম

জীৰা ১০০ গ্রাম

হালধি গুড়ি ১০০ গ্রাম

বস্তু কেইটাৰ মুঠ ওজন কিমান হ’ল হিচাপ কৰা।

৭। তোমাৰ হাতত ১ কিল’গ্রাম, ৫০০ গ্রাম, ২০০ গ্রাম আৰু ১০০ গ্ৰামৰ প্ৰতিটোৰে দুটাকৈ দগা আছে। ২ কিল’গ্ৰামৰ মাছ এটা জুখিব লাগে। মাছটো জুখিবলৈ কি কি দগা ব্যৱহাৰ কৰিবা। (উত্তৰ বিভিন্ন ধৰণৰ হ’ব পাৰে। আটাইৰে সৈতে আলোচনা কৰিবা

৮। ৫০০ গ্ৰামৰ বস্তু এটা জুখিবলৈ কি কি প্ৰকাৰে দগা ব্য়ৱহাৰ কৰি বস্তুটো জুখিব পাৰিবা?

এটা ১ কিল’গ্ৰাম, এটা ২ কিল’গ্ৰাম আৰু এটা ৫ কিল’গ্ৰামৰল দগা আছে। এই তিনিটা দগাৰ সহায়ত তলৰ বস্তুবোৰৰ ওজন কেনেকৈ জুখিবা?

        ক) ৬ কিল’গ্ৰাম চাউল

        খ) ৭ কিল’গ্ৰাম চাউল

        গ) ৮ কিল’গ্ৰাম চাউল

        ঘ) ৪ কিল’গ্ৰাম চাউল

Type – Boby Bora