SVN Class 4 Maths Chapter 9 Solution পৰিসীমা আৰু কালি

Chapter 9

পৰিসীমা আৰু কালি

১। কিছুমান ত্ৰিভুজৰ বাহুৰ দীঘ দিয়া আছে। প্ৰতিটোৰে

পৰিসীমা নির্ণয় কৰা—

ক) বাহু তিনিটাৰ দীঘ ক্ৰমে ৪ ছেমি, ৭ ছেমি, ৫ ছেমি

খ) কখগ ত্ৰিভুজৰ কখ বাহু = ৫ ছেমি, খগ বাহু = ৪ ছেমি,

কগ বাহু = ৬ ছেমি

২। এটা ত্ৰিভুজৰ পৰিসীমা ২৫ ছেমি। ত্ৰিভুজটোৰ দুটা

বাহুৰ দীঘ ক্ৰমে ৭ ছেমি আৰু ৯ ছেমি। তৃতীয় বাহুটোৰ দীঘ কিমান?

৩। এটা সমবাহু ত্রিভুজৰ এটা বাহুৰ দীঘ ৭ ছেমি।

ত্ৰিভুজটোৰ পৰিসীমা কিমান?

৪। কখগ সমদ্বিবাহু ত্ৰিভুজটোৰ ‘কখ’ৰ দীঘ = ‘কগ’ৰ দীঘ।

যদি ‘কখ’ৰ দীঘ= ৬ ছেমি আৰু ‘খগ’ৰ দীঘ = ৫ ছেমি তেন্তে

ত্রিভুজটোৰ পৰিসীমা কিমান?

৫। কেইটামান আয়তৰ দীঘ আৰু প্ৰস্থ দিয়া আছে।

প্ৰতিটোৰে পৰিসীমা আৰু কালি নিৰ্ণয় কৰা।

ক) দীর্ঘ = ৬ ছেমি, প্রস্থ = ৪ ছেমি

খ) দীঘ = ১০ ছেমি, প্রস্থ = ৭ ছেমি

গ) দীর্ঘ = ১১ ছেমি, প্রস্থ = ৯ ছেমি

ঘ) দীর্ঘ = ১২ ছেমি, প্রস্থ = ১০ ছেমি

৬। বৰ্গৰ দীঘ দিয়া আছে। প্ৰতিটোৰে পৰিসীমা আৰু কালি উলিওৱা

ক) বাহুৰ দীঘ = ৪ ছেমি

খ) বাহুৰ দীঘ = ৭ ছেমি

গ) বাহুৰ দীঘ = ৬ ছেমি

ঘ) বাহুৰ দীঘ = ৯ ছেমি

৭। এটা আয়তৰ প্ৰস্থ ৭ ছেমি আৰু পৰিসীমা ৩৬ ছেমি। আয়তটোৰ দীঘ কিমান?

৮। এটা আয়তৰ দীঘ ১২ ছেমি আৰু পৰিসীমা ৪০ ছেমি। আয়তটোৰ প্ৰস্থ কিমান?

Type – Boby Bora