সতী জয়মতী কোন আছিল ?

গদাধৰ সিংহৰ পত্নী আৰু ৰুদ্ৰসিংহৰ মাতৃ । ল’ৰা ৰজাই তেওঁক নিৰ্যাতন কৰি জেৰেঙা পথাৰত হত্যা কৰিছিল ।