১৯৫২ চনৰ ৩ ফেব্ৰুৱাৰীত মুম্বাইৰ ভিক্টৰিয়া টাৰমিনাছৰ পৰা কুৰলালৈ প্ৰথম চলে ।
Category: Assam Answer
ভৰতৰ কোন কোন ৰাজ্যত কফি খেতি কৰা হয় ?
ভাৰতৰ কৰ্ণাটক, তামিলনাডু আৰু কেৰালাত কফি খেতি কৰা হয় ।
ভাৰতৰ ক’ত ডিজেল ইঞ্জিন তৈয়াৰ কৰা হয় ?
ভাৰতৰ উত্তৰ প্ৰদেশৰ বাৰানসীত ডিঞ্জিন তৈয়াৰ কৰা হয় ।
ভৰতৰ ক’ত চন্দন কাঠ পোৱা যায় ?
ভাৰতৰ কৰ্ণাটক আৰু গোদাবৰী উপত্যকাত চন্দন কাঠ পোৱা যায় ।