কেতিয়াৰ পৰা অসম ব্ৰটিছৰ অধীনলৈ যায় ?

১৮২৬ চনৰ ২৮ ফেব্ৰুৱাৰীৰ দিনা ইংৰাজ আৰু ব্পহ্মদেশৰ ৰজাৰ মাজত স্বক্ষৰিত হোৱা ইয়াণ্ডবু সন্ধিৰ ফলস্বৰূপে অসম ব্ৰিটিছৰ অধীনলৈ যায় ।