পৃথিৱী(Earth) ।
Category: অসমৰ ইতিহাস
পঞ্চ সতীৰ নাম কি?
অহল্যা দ্ৰৌপদী, কুন্তী, তাৰা মন্দোন্দৰী ।
পঞ্চপাগুৱ কোন কোন ?
যুধিষ্ঠিৰ, ভীম, অৰ্জুন , নকুল আৰু সহদেৱ ।
ভাৰতৰ আটাইতকৈ পুৰনি গিৰ্জা কোনটো ?
ভাৰতৰ আটাইতৈ পুৰনি গিৰ্জাটোৰ হল কোচিনৰ আলফনছ (১৫১০চনৰ প্ৰতিষ্ঠিত)।