অসমৰ প্ৰথমটো তেল শোধনাগাৰ কেতিয়া ক’ত স্থাপন কৰা হৈছিল ?

অসমৰ প্ৰথমটো তেল শোধনাগাৰ ১৯০১ চনত ডিগবৈত স্থাপন কৰা হৈছিল ।