অসম বুৰঞ্জীত কাক নকল আহোম (জলম বঁটা) আখ্যা দিয়া হৈছিল ?

স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজন্ত্ৰী নুমলী বৰগোহাঁইয়ে তেওঁৰ ৰচিত “চকৰি ফেঁটী” বুৰঞ্জীত কীৰ্তিচন্দ্ৰ বৰবৰুৱাক নকল আহোম আখ্যা দিছিল ।