ভাৰতৰ প্ৰধান আমদানি বস্তুবোৰ কি কি ?

ভাৰতৰ প্ৰধান আমদানি বস্তুবোৰ কাপোৰ, খনিজ তেল, দৰব, খাদ্য, শস্য, ৰাসায়নিক দ্ৰব্য, যন্ত্ৰপাতি আৰু মটৰগাড়ী ।