ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক পোৱা প্ৰথমখন অসমীয়া কথাছবিৰ নাম নিপ বৰুৱা পৰিচালিত “ৰঙা পুলিচ” ।
Question and Answer Solution
ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক পোৱা প্ৰথমখন অসমীয়া কথাছবিৰ নাম নিপ বৰুৱা পৰিচালিত “ৰঙা পুলিচ” ।
দূৰদৰ্শনত সম্প্ৰচাৰিত প্ৰথম অসমীয়া ছবিখনৰ নাম বৃষ্টি ।
আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম চুলিকফা বা ল’ৰা ৰজা । (ৰত্নধ্বজ সিংহ) ।
হিন্দুধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন চুহুমুং (দিহিঙীয়া ৰজা) ।