২০০৬ চনৰ শ্ৰেষ্ঠ কণ্ঠ শিল্পী হিচাপে “ষ্টাৰডাষ্ট ফিল্ম এৱাৰ্ড” লাভ কৰা অসমৰ ব্যক্তিজন কোন ?

২০০৬ চনৰ শ্ৰেষ্ঠ কণ্ঠ শিল্পী হিচাপে “ষ্টাৰডাষ্ট ফিল্ম এৱাৰ্ড” লাভ কৰা অসমৰ ব্যক্তিজন জুবিন গাৰ্গ (গেংষ্টাৰ) ।