ভাৰতৰ কোন ৰাজ্যত ‘অভ্ৰ’ পোৱা যায় ?

ভাৰতৰ বিহাৰ, অসম, ৰাজস্থান, কৰ্ণাটক, কেৰেলা, আৰু তামিলনাডুত ৰাজ্যত অভ্ৰ পোৱা যায় ।