ভাৰতৰ উচ্চতম পথটোৰ নাম হৈছে খাৰডুংগ্লা ।
Month: April 2021
ভাৰতীয় নাট্য় সাহিত্য়ৰ প্ৰথম নাটক কোনে ৰচনা কৰিছিল ?
ভাৰতীয় নাট্য় সাহিত্য়ৰ প্ৰথম নাটক ভৰতমুনিয়ে ৰচনা কৰিছিল ।
ভাৰতৰ প্ৰথম চলচিত্ৰ পৰিচালক কোন আছিল ?
ভাৰতৰ প্ৰথম চলচিত্ৰ পৰিচালক দাদা চাহেব ফাল্কে আছিল ।
ভাৰতৰ দীৰ্ঘতম ওলোমাদলংখনৰ নাম কি ?
ভাৰতৰ দীৰ্ঘতম ওলোমাদলংখনৰ নাম হৈছে বিদ্য়াসাগৰ সেতু ।