সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক । অধ্যায় ৩ । Class 8 General Science Lesson 3 Question and Answer Assam | SCERT Class 8 General Science Chapter 3 Solution | Assamese Medium Class 8 Science Chapter 3 Answer | অষ্টম মান শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৩ সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।



সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক

১) কিছুমান আঁহক সাংশ্লেষিক বুলি কোৱা হয় কিয়? ব্যাখ্যা কৰা।

উত্তৰ:- 

২) শুদ্ধ উত্তৰত ‘✔’ চিন দিয়া।সাংশ্লেষিক আঁহ সমূহৰ পৰা ৰেয়ন বেলেগ, কিয়নো-

ক) ইয়াৰ এটা ৰেচম-সদৃশ ৰূপ আছে।

খ) ইয়াক কাঠৰ – মণ্ডৰ পৰা পোৱা যায়।

গ) প্ৰাকৃতিক আঁহ বোৰ দৰে ইয়াৰ আঁহবোৰ বব পাৰি।

উত্তৰ:- খ) ইয়াক কাঠৰ – মণ্ডৰ পৰা পোৱা যায়।

৩) উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা । 

ক) সাংশ্লেষিক আঁহ বোৰক  __ বা __ বুলিও কোৱা হয়। 

খ)সাংশ্লেষিক আঁহবোৰক ___ নামৰ কেঁচা মালৰ পৰা সংশ্লেষণ কৰা হয়। 

গ) সাংশ্লেষিক আঁহ বোৰৰ দৰে প্লাষ্টিকো এবিধ ___ ।

উত্তৰ :-ক) য়েন বা নাইলন।খ) পেট্ৰকেমিকেল।গ) বহুযোগী।

৪) নাইলন ৰ আঁহবোৰ যে বৰ শক্তিশালী সেইটো বুজাবলৈ উদাহৰণ দিয়া ।

উত্তৰ:- নাইলন হ’ল আন এবিধ মানৱ-সৃষ্ট আঁহ । ১৯৩১ চনত কোনো প্ৰাকৃতিক কেঁচা মাল ( উদ্ভিদ বা প্ৰাণীৰ পৰা ) ব্যৱহাৰ নকৰাকৈ ইয়াক প্ৰস্তুত কৰা হৈছিল । কয়লা, পানী আৰু বায়ুৰ পৰা ইয়াক প্ৰস্তুত কৰা হৈছিল । ই আছিল প্ৰথম সম্পূৰ্ণ সাংশ্লেষিক আঁহ ।

৫) খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰ বোৰক পছন্দ কৰা হয় কিয়?

উত্তৰ:- 

৬) তাপ নমনীয় আৰু তাপ দৃঢ় প্লাষ্টিকৰ মাজত থকা প্ৰাথৰ্ক্য ব্যাখ্যা কৰা।

উত্তৰ:-

৭) তলত দিয়াবোৰ কিয় তাপদৃঢ় প্লাষ্টিকেৰে বনোৱা হয়। ব্যাখ্যা কৰা।

ক) ছছপেনৰ নাল

খ)  বিদ্যুতৰ প্লাগ/ চুইচ/ প্লাগবৰ্ড

উত্তৰ:- 

৮) তলত দিয়া সামগ্ৰী সমূহৰ পদাৰ্থবোৰক “পুনৰাৱৰ্তন কৰিব পৰা”আৰু “পুনৰাৱৰ্তন কৰিব নোৱাৰা” হিচাপে শ্ৰেণীভুক্ত কৰা- টেলিফোন সৰঞ্জাম, প্লাষ্টিকৰ খেলনা,কুকাৰৰ নাল, কেৰি-বেগ, বল-পইণ্ট পেন, প্লাষ্টিকৰ বাটি,বৈদ্যুতিক তাঁৰৰ প্লাষ্টিকৰ আৱৰণ, বৈদ্যুতিক চুইচ,প্লাষ্টিক চকী।

উত্তৰ:- 

৯) ৰাণাই গ্ৰীষ্ম কালৰ বাবে  ছাৰ্ট   কিনিব খুজিছে। তেওঁ কপাহী  ছাৰ্ট নে সাংশ্লেষিক আঁহেৰে তৈয়াৰি ছাৰ্ট কিনাতো উচিত হব? কাৰণ দৰ্শাই ৰানা ক উপদেশ দিয়া।

উত্তৰ:- 

১০) প্ৰাকৃতিক গত ভাবে প্লাষ্টিক সমূহ যে অ-ক্ষয়কাৰি তাক দেখুৱাবলৈ উদাহৰণ দিয়া।

উত্তৰ:- 

১১) টুথ ব্ৰাছ এডালৰ নাল আৰু নোমবোৰ একে পদাৰ্থৰে তৈয়াৰ কৰাটো উচিত নে? ব্যাখ্যা কৰা।

উত্তৰ:-

১২) “পৰাপক্ষত প্লাষ্টিক এৰাই চলিবা” এই পৰামৰ্শৰ ওপৰত মতামত দিয়া।

উত্তৰ:-  

১৩) “A” স্তম্ভত  দিয়া শব্দ  বোৰক “B” স্তম্ভত দিয়া খণ্ড বাক্য বোৰৰ লগত শুদ্ধকৈ মিলোৱা-

A                             B

(i) পলিয়েষ্টাৰ (a) কাঠৰ মণ্ড ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়।

(ii) টেফলন      (b) পেৰাচুট আৰু মোজা বনাবলৈ  ব্যৱহাৰ কৰা হয়।

(iii) ৰেয়ন          (c) কৰাল নলগা/ লাগি নধৰা ৰন্ধন সা- সৰঞ্জাম বনাবলৈ ব্যৱহাৰ কৰে হয়।

(iv) নাইলন        (d) সহজতে শোতোৰা নপৰা কাপোৰ।

উত্তৰ:-  A                        B

(i) পলিয়েষ্টাৰ       (d) সহজতে শোতোৰা নপৰা কাপোৰ।

(ii) টেফলন        (c) কৰাল নলগা/ লাগি নধৰা ৰন্ধন সা-সৰঞ্জাম বনাবলৈ ব্যৱহাৰ কৰে হয়।

(iii) ৰেয়ন        (a) কাঠৰ মণ্ড ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়।

(iv) নাইলন       (b) পেৰাচুট আৰু মোজা বনাবলৈ  ব্যৱহাৰ কৰা হয়।

১৪) “সাংশ্লেষিক আঁহ সমূহৰ উৎপাদনে আচলতে  বন সংৰক্ষণত সহায় কৰি আছে” মতামত দিয়া।

উত্তৰ:- 

১৫) তাপ নমনীয় প্লাষ্টিক যে বিদ্যুতৰ কু-পৰিবাহী সেইটো দেখুৱাবলৈ এটা ক্ৰিয়াকলাপ বৰ্ণনা কৰা।

উত্তৰ:-