(ঘ) এনফ্ৰঙ্কে কিয় দিনলেখা লিখিবলৈ ইচ্চা কৰিছিল ?

উত্তৰঃ- এন ফ্রাঙ্কে দিনলেখা লিখিবলৈ ইচ্ছা কৰিছিল কাৰণ তেওঁৰ কোনো বন্ধু নাছিল। তেওঁ এনেকুৱা এজন বন্ধুৰ অভাৱ অনূভৱ কৰিছিল যাৰ লগত অন্তৰ উজাৰি সকলো কথা আদান- প্ৰদান কৰিব নোৱাৰে। সেইবাবে তেওঁ দিনলেখা লিখিবলৈ ইচ্ছা কৰিছিল।