ক) যি নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰে- খ) যি বিষ্ণুক উপাসনা কৰে- গ) একে মাকৰ সন্তান- ঘ) যি আগেৰে হোৱা নাই-
Category: 1st Unit test
৮) বাক্য ৰচনা কৰা-
চালে চকু ৰোৱা, চকু চৰহা, আকাশত চাং পতা, কথা চহকী,আদান-প্ৰদান
৭) সমাৰ্থক শব্দ লিখাঁ (তিনিটা)
সন্তান, যান্ত্ৰণা, মৃত্যু,জানানী
৬)প্ৰত্যয় ভাঙা আৰু পাতাঃ
জুলীয়া,ধাননি,গাঁও+অলীয়া ,ইত্যাদি , নমঃ+কাৰ