৩)ক) প্ৰহ্লাদে বামানয় শাস্ত্ৰ লবলৈ কিয় আপত্তি কৰিছিল ?

উত্তৰ)- বামানয় শাস্ত্ৰজ্ঞান লʼবলৈ প্ৰহ্লাদে  আপত্তি কৰিছিল কিয়নো ই হৰি ভক্তিৰ বিৰুদ্ধ। আৰু প্ৰহ্লাদে পৰমপিতাৰ শ্ৰী চৰণত শৰণ লৈছিল।