(গ) আত্মসহায়ক গোটবোৰ দুখীয়া পৰিয়ালৰ মহিলাসকলে কেনেকৈ সহায় কৰে ?

উত্তৰঃ- আত্ম সহায়ক গোট বোৰে স্থানীয় সহজ লভ্য সম্পদ বিলাকক লৈ অতি সহজ সৰল পদ্ধতিৰে নানা আকৰ্ষণীয
সামগ্ৰী উৎপাদন কৰে আৰু সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পুৰ কৰিছিল । এনেকৈ য়ে দুখীয়া পৰিয়ালৰ মহিলাসকলক আত্মসহায় গোটবোৰে সহায় কৰে।