৭,৫০০ বছৰৰ আগতে ক’ত ক’ত একশ্ৰেণী নতুন কৃষকে বসতি বিস্তাৰ কৰিছিল ?

উত্তৰঃ ৭,৫০০ বছৰৰ আগতে দানিয়ুব নদীৰ পাৰ, জামাৰ্নীৰ লোজেইক অঞ্চল, চেক গণৰাজ্য, শ্লোভাকিয়া, অষ্ট্ৰিয়া আৰু হাংগেৰীত একশ্ৰেণী নতুন কৃষকে বসতি বিস্তাৰ কৰিছিল ।