স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা | অধ্যায় ১ | Class 12 Education Lesson 1 Question and Answer Assam | Higher Secondary 2nd Year Education Chapter 1 Notes and Suggestion | HS 2nd Year Education Chapter 1 Solution |

স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা

কাৰ্য্যাৱলীঃ- ১

১। ভাৰতবৰ্ষই কোন চনত স্বাধীনতা লাভ কৰে ।

উত্তৰঃ

২। মাধ্যমিক শিক্ষা আয়ােগ কেতিয়া গঠন কৰা হৈছিল ?

উত্তৰঃ

৩। মাধ্যমিক শিক্ষা আয়ােগে নির্ধাৰন কৰা শিক্ষাৰ লক্ষ্যবােৰ কি কি আছি লিখা ।

উত্তৰঃ

৪। ১৯৫২-৫৩ চনৰ মুভালিয়াৰ আয়ােগে উল্লেখ কৰা শিক্ষাৰ লক্ষ্যসমূহৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ

কাৰ্য্যৱলীঃ-২

১। ভাসম মাধ্যমিক শিক্ষা পৰিষদে কেতিখা গঠন কৰা হয় ?

উত্তৰঃ

২। মুডালিয়াৰ আয়োগৰ পৰামৰ ভিঞ্চিত তাসমত লঙ্গমুগী বিদ্যালয়লৈ ৰূপণ কৰা বিদ্যালয়সমূহৰ নাম লিখা ।

উত্তৰঃ

৩। অসমত পোন প্ৰথমে কোন চাৰিখন বিদ্যালয়ে উচ্চতৰ মাধ্যমিক বিদ্যালয় হিচাপে স্বীকৃতি লাভ কৰিছিল ?

উত্তৰঃ

৪। ১৯৬১ চনৰ অসম মাধ্যমিক শিক্ষা আইন ৪ টা প্ৰস্তাৱ লিখা।

উত্তৰঃ

৫। অসম মাধ্যমিক শিক্ষা বৰ্ড ৪ টা কাৰ্য্য উল্লেখ কৰা ।

উত্তৰঃ

৬। এখন মাধ্যমিক বিদ্যালয়ে স্বীকৃতি পাললৈ কি কি নিয়ম মানি চলিব লাগিব ?

উত্তৰঃ

৭। অসমৰ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদখন কেতিয়া গঠন কৰা হৈছিল ?

উত্তৰঃ

৮। তোমাৰ ৰাজ্যৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত সঘনে চৰ্চিত কেইটামান সমস্যা উল্লেখ কৰা ।

উত্তৰঃ

শিক্ষার্থীৰ কামঃ ১

১। কোঠাৰী আয়ােগে আগবঢােৱা জাতীয় শিক্ষাৰ লক্ষ্যবােৰ উল্লেখ কৰা ।

উত্তৰঃ

২। ১০ + ২ + ৩ সূত্ৰটোৱে কি সূচাইছে ।

উত্তৰঃ

৩। আয়ােগখনে স্কুলীয়া শিক্ষা কেইবছৰ হােৱাৰ কথা কৈছে ।

উত্তৰঃ

৪। কোঠাৰী আয়ােগে বৃত্তিমুখী শিক্ষা সন্দৰ্ভত কেনেধৰণৰ মতামত আগবঢ়াইছিল লিখা ।

উত্তৰঃ

৫। ‘কর্ম অভিজ্ঞতা ‘ বুলিলে কি বুজা ।

উত্তৰঃ

শিক্ষার্থীৰ কামঃ ২

১ | নতুন শিক্ষানীতিটো সংসদত কিমান চনত অনুমােদিত হয় ?

উত্তৰঃ

২ | নতুন শিক্ষানীতিত ‘ সমতাৰ বাবে শিক্ষা’ত কি কথা দোহাৰিছে ।

উত্তৰঃ

৩ | আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষা মানে কি বুজা ?

উত্তৰঃ

৪। ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে সামৰি লােৱা মূল দিশবােৰৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ

৫। ১৯৮৬ চনৰ নতুন শিক্ষানীতিত কি কি দিশক সামৰি লৈছে ।

উত্তৰঃ

৬। অপাৰেচন ব্লেকবাের্ড কি ?

৭। নবােদয় বিদ্যালয় বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।

উত্তৰঃ

(৫) শিক্ষাৰ উন্নত গুণমান।

প্ৰশ্নাৱলী

১। মাধ্যমিক শিক্ষা কাক বােলে ? এই শিক্ষা মানবজীৱনৰ কোনটো স্তৰৰ লগত জড়িত ? চমু আভাষ দিয়া ।

উত্তৰঃ

২। মাধ্যমিক শিক্ষা আয়ােগে ( ১৯৫২-৫৩ ) নিৰূপন কৰি দিয়া শিক্ষাৰ লক্ষ্যবােৰৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ

৩। ১৯৫২-৫৩ চনৰ আয়ােগখনৰ সভাপতি কোন আছিল ? আয়ােগখনে শিক্ষাৰ লক্ষ্য কি হােৱা উচিত । বুলি কৈছে ।

উত্তৰঃ

৪। ১৯৫২-৫৩ চনৰ মুডালিয়ৰ আয়ােগে মাধ্যমিক পর্যায় শিক্ষাৰ কোনবােৰ লক্ষ্য আদৰ্শৰ কথা উল্লেখ কৰিছে ? লিখা ।

উত্তৰঃ

৫। মুডালয়িৰ আয়ােগে ( ১৯৫২-৫৩ ) নিৰূপন কৰা মাধ্যমিক শিক্ষাৰ লক্ষ্যবােৰ ভাৰতবৰ্ষৰ শিক্ষাৰ ক্ষেত্ৰত কাৰ্যকৰী হৈছে নে ? আলােচনা কৰা ।

উত্তৰঃ

৬। একেবাৰে চমুকৈ লিখাঃ

( ক ) ভাৰতবৰ্ষই কোন চনত স্বাধীনতা লাভ কৰিছিল ?

উত্তৰঃ

( খ ) ১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়ােগৰ সভাপতি কোন আছিল ?

উত্তৰঃ

( গ ) মুডালিয়ৰ আয়ােগ কোন চনত গঠন কৰা হৈছিল ?

উত্তৰঃ

( ঘ ) মুডালিয়ৰ আয়ােগে আগবঢ়োৱা মাধ্যমিক শিক্ষাৰ দুটা লক্ষ্য উল্লেখ কৰা ।

উত্তৰঃ

(১) ব্যক্তিত্বৰ পূৰ্ণ বিকাশ সাধন।

(২) নেতৃত্বৰ প্ৰশিক্ষণ দিয়া।

৭। ১৯৫২-৫৩ চনৰ মুডালিয়াৰ আয়ােগে নিৰূপন কৰা মাধ্যমিক শিক্ষাৰ লক্ষ্য কেইটা উল্লেখ কৰা ।

উত্তৰঃ

৮। ভাৰতবৰ্ষৰ জাতীয় বিকাশৰ বাবে শিক্ষাৰ কোনবােৰ লক্ষ্য আদর্শ কোঠাৰী আয়ােগে ( ১৯৬৪-৬৬ ) দাঙি ধৰিছে ? উল্লেখ কৰা ।

উত্তৰঃ

৯। ১৯৬৪-৬৬ চনৰ কোঠাৰী আয়ােগে ভাৰতৰ শিক্ষাৰ গাঠনিক প্রক্রিয়া সম্বন্ধে কি পৰামর্শ দিছে ? বর্ণনা কৰা ।

উত্তৰঃ

১০। কোঠাৰী আয়ােগৰ ( ১৯৬৪-৬৬ ) উদ্দেশ্যসমূহ কি কি ? এই আয়ােগৰ পৰামর্শ অনুসৰি শিক্ষাৰ গাঠনি কেনেকুৱা ?

উত্তৰঃ

১১। ভাৰতৰ স্কুলীয়া শিক্ষাৰ নতুন গাঠনি প্রক্রিয়া সম্বন্ধে কোঠাৰী আয়ােগৰ পৰামৰ্শাৱলী ব্যক্ত কৰা ।

উত্তৰঃ

১২ ] ১৯৬৪-৬৬ চনৰ ভাৰতীয় শিক্ষা আয়ােগে বিদ্যালয় শিক্ষাৰ কেনেধৰণৰ গাঠনিক প্রক্রিয়াৰ পৰিবৰ্তনৰ কথা কৈছে ?

উত্তৰঃ

১৩। চমুকৈ লিখাঃ

( ক ) ১০ + ২ + ত সূত্র

উত্তৰঃ

(খ) জাতীয় শিক্ষাৰ লক্ষ্য ( ১৯৬৪-৬৬ নৰ আয়ােগ )

উত্তৰঃ

(গ) কৰ্ম অভিজ্ঞতা

উত্তৰঃ

(ঘ) বিদ্যালয় প্রকল্প বা স্কুল কমপ্লেক্স

উত্তৰঃ

১৪। কোঠাৰী আয়ােগে উদ্ভাৱন কৰা ১০ + ২ + ৩ সূত্ৰটোৱে সুচোৱা কথা খিনি চমুকৈ বর্ণনা কৰা ।

উত্তৰঃ

১৫। ১৯৬৪-৬৬ চনৰ কোঠাৰী আয়ােগে বৃত্তিমুখী শিক্ষা সন্দৰ্ভত কেনেধৰণৰ মতামত আগবঢ়াইছিল ?

উত্তৰঃ

১৬। চমুটোকা লিখাঃ

( ক ) বৃত্তিমুখী শিক্ষা

উত্তৰঃ

( খ ) শিক্ষাৰ গাঠনিক প্রক্রিয়া

উত্তৰঃ

১৭। স্বাধীনতাৰ পিছত অসমৰ মাধ্যমিক শিক্ষাৰ বিকাশ সম্বন্ধে বর্ণনা কৰা ।

উত্তৰঃ

১৮। ১৯৬১ চনৰ অসম মাধ্যমিক শিক্ষা আইনৰ মূল দফাখিনি লিখা ।

উত্তৰঃ

১৯। অসম মাধ্যমিক শিক্ষা বাের্ড’ৰ কাৰ্য্যসমূহ উল্লেখ কৰা ।

উত্তৰঃ

উত্তৰঃ

২১। ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষীনীতিৰ মূল দিশবোৰ চমুকৈ লিখা ।

উত্তৰঃ

২২। চমুকৈ লিখা ( ১৯৮৬ চনৰ শিক্ষানীতিৰ ভিত্তিত)

(ক) মহিলাৰ সমতাৰ বাবে শিক্ষা ।

উত্তৰঃ

(খ) চাকৰিৰ পৰা ডিগ্ৰী পৃথকিকৰন ।

উত্তৰঃ

(গ) বয়স্ক শিক্ষা ।

উত্তৰঃ

(ঘ) মুক্ত শিক্ষা ।

উত্তৰঃ

(ঙ) (নবোদয় বিদ্যালয়)

উত্তৰঃ

(চ) অপাৰেচন ব্লেকবোৰ্ড মানে কি উল্লেখ কৰা।

উত্তৰঃ

(ছ) আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষা ।

উত্তৰঃ

(জ) শিক্ষা বৃত্তিমুখীকৰন ।

উত্তৰঃ

(ঝ) সংহত শিশু বিকাশ সেৱা আঁচনি ।

উত্তৰঃ

(ঞ)উচ্চ শিক্ষাত স্বায়ত্বশাসন ।

উত্তৰঃ

২৩। সমতাৰ বাবে শিক্ষা বুলিলে কি বুজা ? ৰাষ্ট্ৰীয় শিক্ষানীতি (১৯৮৬) য়ে ইয়াৰ বাবে কেনেবোৰ ব্যৱস্থা কথা কৈছে ?

উত্তৰঃ

২৪। ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতি কিয় প্ৰস্তুত কৰা হয় ? বৰ্ণোৱা ।

উত্তৰঃ

jk