কিমান খ্ৰীষ্টাব্দত থমাছ হাইড নামৰ ইংৰাজ পণ্ডিত এজনে লিপিসমূহক পোনপ্ৰথমবাৰৰ বাবে কি নামে অভিহিত কৰে ?

উত্তৰঃ ১৭০০ খ্ৰীষ্টাব্দত থমাছ হাইড নামৰ ইংৰাজ পণ্ডিত এজনে লিপিসমূহক পোনপ্ৰথমবাৰৰ বাবে কিউনিফৰ্ম নামে অভিহিত কৰে ।