চুমেৰীয়া আৰু আক্কাদ মিলি কি গঢ়ি উঠিছিল ?

উত্তৰঃ চুমেৰীয়া আৰু আক্কাদ মিলি দক্ষিণ মেছোপটেমিয়া গঢ়ি উঠিছিল ।