সাঁচীপাত কাক বোলে?

উত্তৰঃ- অগৰু গছ আৰু অন্যান্য গছৰ বাকলিৰ পৰা প্ৰস্তুত কৰি লিখাৰ উপযোগী কৰি তোলা পাতকে সাঁচীপাত বোলা হয়।