শিক্ষন | অধ্যায় ৪ | Class 12 Education Lesson 4 Question and Answer Assam | Higher Secondary 2nd Year Education Chapter 4 Notes and Suggestion | HS 2nd Year Education Chapter 4 Important Answer |

শিক্ষণ

প্ৰশ্নাৱলী

A. তলৰ প্ৰশ্নসমূহৰ ভুল / শুদ্ধ নির্ণয় কৰাঃ 

১। শিক্ষণ হৈছে আচৰণৰ এক সংশােধন মাত্র । 

উত্তৰঃ 

২। শিক্ষণ হৈছে এক সার্বজনীন প্রক্রিয়া ।

উত্তৰঃ 

৩। ব্যক্তিৰ আগ্রহ , মনােযােগ হৈছে শিক্ষণৰ মনােবৈজ্ঞানিক উপাদান ।

উত্তৰঃ 

৪। প্রচেষ্টা আৰু ভুল পদ্ধতিৰ পৃষ্ঠপােষক হ’ল আইভান , পেলভ । 

উত্তৰঃ 

৫। আমেৰিকাৰ শিক্ষাবিদ এডৱাৰ্ড লী থর্ণডাইক অনুবন্ধন পদ্ধতিৰ পৃষ্ঠপােষক আছিল ।

উত্তৰঃ 

৬। প্রচেষ্টা আৰু ভুল পদ্ধতিয়ে সামগ্রিক ধাৰণাৰ ওপৰত গুৰুত্ব প্রদান কৰিছিল । 

উত্তৰঃ 

৭। প্রচেষ্টা আৰু ভুল পদ্ধতি হৈছে যান্ত্রিক প্রক্রিয়াৰ পৰিণতি । 

উত্তৰঃ 

৮। মনােবিজ্ঞানী কহিলাৰে পৰীক্ষা – নিৰীক্ষা কৰা চিম্পাঞ্জীটোৰ নাম আছিল ‘ চুলতান ’ ।

উত্তৰঃ 

৯। অন্তৰ্দৰ্শন পদ্ধতি এক উচ্চখাপৰ শিক্ষণ পদ্ধতি । 

উত্তৰঃ 

১০। আইভান পি , পেল এগৰাকী জার্মান মনােবিজ্ঞানী আছিল । 

উত্তৰঃ 

B. খালী  ঠাই পুৰ কৰাঃ

১। গেইটেছৰ মতে , শিক্ষণ হৈছে  জৰিয়তে কৰা সংশােধন মাত্র ।

২। শিক্ষণৰ প্রচেষ্টা আৰু ভুল পদ্ধতিৰ মূল পৃষ্ঠপােষক হ’ল ।

৩। এডৱাৰ্ড লী থণাইক এগৰাকী মনােবিদ আছিল ।

৪। প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি এক প্রক্রিয়া । 

৫। ‘গেষ্ট্ৰাল্ট’ শব্দৰ অৰ্থ হৈছে  ।

৬।‘গেষ্ট্ৰাল্ট’ শব্দটো এটা  শব্দ।

৭। অন্তদৃষ্টি জাগৰণৰ বাবে মানসিক প্রক্রিয়া , পৃথকীকৰণ আৰু প্ৰয়োজন ।

৮। ক’হলাৰ নামৰ কিতাপখনত সামগ্রিকতাবাদ পৰীক্ষাৰ বিষয়ে উল্লেখ কৰা । 

৯। ক’হলাৰ , কাফ্কা আৰু সামগ্রিকতাবাদৰ প্রধান পৃষ্ঠপােষক ।

১০।  মনােবিজ্ঞানী পেভ্লভ্ অনুবন্ধনবাদৰ মূল পৃষ্ঠপােষক । 

১১। এড্ৱাৰ্ড লী থৰ্ণডাইক পদ্ধতিৰ পৃষ্ঠপােষক আছিল ।

C. চমু উত্তৰ দিয়াঃ

 ১। শিক্ষণৰ দুটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ 

 ২। শিক্ষৰ এটা সংজ্ঞা উল্লেখ কৰা । 

উত্তৰঃ 

৩। শিক্ষণৰ দুটা আভ্যন্তৰীণ কাৰক উল্লেখ কৰা ।

উত্তৰঃ 

 ৪। শিক্ষণৰ দুটা বাহ্যিক কাৰক উল্লেখ কৰা । 

উত্তৰঃ 

৫। শিক্ষণৰ দুটা প্রকাৰ উল্লেখ কৰা । 

উত্তৰঃ 

৬। প্রচেষ্টা আৰু ভুল পদ্ধতিৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ 

 ৭। প্রচেষ্টা আৰু ভুল পদ্ধতিৰ দুটা দোষ উল্লেখ কৰা । 

উত্তৰঃ 

৮। অন্তর্দর্শন পদ্ধতিৰ দুটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ 

৯। অন্তর্দর্শন পদ্ধতিৰ দুটা দোষ উল্লেখ কৰা ।

উত্তৰঃ 

 ১০। অনুবন্ধন পদ্ধতিৰ দুটা গুৰুত্ব উল্লেখ কৰা ।

উত্তৰঃ 

 ১১। থর্নডাইকৰ শিক্ষণ নীতি দুটা উল্লেখ কৰা ।

উত্তৰঃ 

 ১২। “ গোল্ট ” শব্দৰ অৰ্থ লিখা । 

উত্তৰঃ 

১৩। পৰিপক্কতা মানে কি বুজায় ? 

উত্তৰঃ 

১৪। অনুবন্ধনৰ দুটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ 

১৫। অনুশীলনীৰ নীতি মানে কি ? 

উত্তৰঃ

D.  প্রশ্নঃ উত্তৰ দিয়াঃ 

১। প্রচেষ্টা আৰু ভুল পদ্ধতিৰ দ্বাৰা কেনেকৈ শিক্ষা হয় চমুকৈ লিখা । 

উত্তৰঃ 

২। অন্তৰ্দৰ্শন পদ্ধতিৰ দ্বাৰা কেনেকৈ শিক্ষা লাভ কৰিব পাৰি ? চমুকৈ লিখা । 

উত্তৰঃ 

৩ । অনুবন্ধন কি ? ইয়াৰ দ্বাৰা কেনেকৈ শিক্ষা লাভ কৰিব পাৰি ? চমুকৈ লিখা ।

উত্তৰঃ 

৪। অনুশীলন নীতিৰ অৰ্থ আৰু শ্ৰেণীকোঠাৰ প্ৰয়ােজনীয়তা সম্পর্কে চমুকৈ লিখা ।

উত্তৰঃ 

৫। প্রস্তুতিৰ নীতিৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ 

৬। শিক্ষণ আৰু পৰিপক্কতাৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ 

৭। থৰ্নডাইকৰ শিক্ষণ নীতিবােৰ শ্ৰেণীকোঠাৰ তাৎপৰ্য্যৰ সৈতে আলােচনা কৰা ।

উত্তৰঃ 

৮। শিক্ষণ আৰু পৰিপক্কতাৰ পার্থক্য নির্ণয় কৰা ।

উত্তৰঃ 

৯।  উদাহৰণৰ সৈতে পেলভৰ অনুবন্ধন তত্বটো আলােচনা কৰা । 

উত্তৰঃ 

১০। অন্তর্দর্শন শিক্ষণ কি ? কহলাৰৰ অন্তর্দর্শন পদ্ধতি সম্পর্কে শৈক্ষিক তাৎপৰ্য্যৰ সৈতে আলােচনা কৰা ।

উত্তৰঃ 

১১। অনুবন্ধনবাদ কি ? অনুবন্ধন কেনেকৈ সৃষ্টি হয় ? অনুবন্ধনৰ শৈক্ষিক তাৎপৰ্য্য উল্লেখ কৰা ।

উত্তৰঃ