আদিম বাসিন্দাসকলক গৱেষকসকলে কেইটা ভাগত বিভক্ত কৰিছিল ?

উত্তৰঃ- আদিম বাসিন্দাসকলক গৱেষকসকলে চাৰিটা ভাগত বিভক্ত কৰিছিল ।