উত্তৰঃ- ইবন বটুটা এজন দুৰ্ঘোৰ ভ্ৰমণকাৰী আছিল ।
Category: Class 12 History (AHSEC)
মেট্ৰ’লজী কি ?
উত্তৰঃ- মেট্ৰ’লজী হ’ল-পৰিমাপন বিদ্যা তথা জোখ বিজ্ঞান বা পদ্ধতি ।
কি ভাষাত ৰচিত আল বেৰুণীৰ কিতাব-উল-হিন্দ এখন সৰল আৰু সহজবোধ্য গ্ৰন্থ ?
উত্তৰঃ- আৰবী ভাষাত ৰচিত আল বেৰুণীৰ কিতাব-উল-হিন্দ এখন সৰল আৰু সহজবোধ্য গ্ৰন্থ ।
কিমান চনত চুলতান মাহমুদে খাৰিজম আক্ৰমণ কৰিছিল ?
উত্তৰঃ- ১০১৭ চনত চুলতান মাহমুদে খাৰিজম আক্ৰমণ কৰিছিল ।