আহোম ৰজা চুক্লেনমুঙে আহোম ৰাজ্যৰ ৰাজধানী ক’ত পাতিছিল ?

উত্তৰঃ- আহোম ৰজা চুক্লেনমুঙে আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱত পাতিছিল ।