কিমান চনত দাণ্ডীত লোণ আইন ভঙ্গ কৰি কোনে আইন অমান্য আন্দোলনৰ নেতৃত্ব দিছিল ?

উত্তৰঃ- ১৯৩০ চনত দাণ্ডীত লোণ আইন ভঙ্গ কৰি গান্ধীজীয়ে আইন অমান্য আন্দোলনৰ নেতৃত্ব দিছিল ।