ড॰ ভূপেন হাজৰিকাই মহাভাৰত, ৰামায়ণ আৰু পঞ্চতন্ত্ৰৰ সাধুবোৰ মাজেৰে কোনে নৈতিকতা আৰু আধ্যাত্মিকতাৰ জ্ঞান দিছিল?

উত্তৰঃ ড॰ ভূপেন হাজৰিকাই মহাভাৰত, ৰামায়ণ আৰু পঞ্চতন্ত্ৰৰ সাধুবোৰ মাজেৰে আইতাকে নৈতিকতা আৰু আধ্যাত্মিকতাৰ জ্ঞান দিছিল।