ড॰ ভূপেন হাজৰিকাৰ ল’ৰালি কালত কি কি বস্তুৰ প্ৰতি আসক্তি আছিল?

উত্তৰঃ ড॰ ভূপেন হাজৰিকাৰ ল’ৰালি কালত গ্ৰন্থ, চিনেমা আৰু থিয়েটাৰৰ প্ৰতি আসক্তি আছিল।