পণ্ডিতসকলে ‘দেৱনামপিয়াৰ’ অৰ্থ কি বুলি অনুবাদ কৰিছে ?

উত্তৰঃ- পণ্ডিতসকলে ‘দেৱনামপিয়াৰ’ অৰ্থ ‘দেৱতাসকলৰ প্ৰিয়’ বুলি অনুবাদ কৰে ।