প্ৰায় খ্ৰীষ্টিয় প্ৰথম শতিকাৰ মধ্য ভাগত জাতকসমূহ কি ভাষাত লিখা হৈছিল ?

উত্তৰঃ- প্ৰায় খ্ৰীষ্টিয় প্ৰথম শতিকাৰ মধ্য ভাগত জাতকসমূহ পালি ভাষাত লিখা হৈছিল ।