ভাস্কৰ বৰ্মা শাসন কালত অহা পৰিব্ৰাজক জনৰ নাম কি ?

উত্তৰঃ- ভাস্কৰ বৰ্মা শাসন কালত অহা চীনা পৰিব্ৰাজক জনৰ নাম হিউৱেনচাং ।