১৮ শতিকাটোক কি যুগ বুলি বিবেচনা কৰা হৈছিল ?

উত্তৰঃ ১৮ শতিকাটোক সমালোচনা আৰু যুক্তিবাদৰ যুগ বুলি বিবেচনা কৰা হৈছিল ।