ফৰাছী পৰ্যটকসকলৰ ভিতৰত কোন অন্যতম প্ৰখ্যাত লোক আছিল ?

উত্তৰঃ- ফৰাছী পৰ্যটকসকলৰ ভিতৰত জ্যা বেপটিষ্ট টেভাৰ্নিয়াৰ অন্যতম প্ৰখ্যাত লোক আছিল ।