অজন্তাৰ চিত্ৰসমূহ অঙ্কিত কিহৰ ওপৰত ভিত্তি কৰি হৈছে ?

উত্তৰঃ- অজন্তাৰ চিত্ৰসমূহ অঙ্কিত জাতকৰ সাধুৰ ওপৰত ভিত্তি কৰি হৈছে ।