আমিয়েনৰ চুক্তিৰ পিছত কিমান চনত পিয়েডমণ্ট ৰাজ্য ফ্ৰান্সৰ অন্তৰ্ভুক্ত কৰা হৈছিল ?

উত্তৰঃ আমিয়েনৰ চুক্তিৰ পিছত ১৮০২ চনত পিয়েডমণ্ট ৰাজ্য ফ্ৰান্সৰ অন্তৰ্ভুক্ত কৰা হৈছিল ।