জলবায়ু | অধ্যায় ৪ | HS 1st Year Geography Chapter 4 Question and Answer Solution Assamese Medium | Class 11 Geography Question and Answer Solution Assamese Medium |

 জলবায়ু

অনুশীলনী

 ১। তলৰ বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা 

(i) শীতকালী তামিলনাডু উপকীলত বৰষুণৰ সৃষ্টি কিহৰ কাৰণে হয়? 

(ক) দক্ষিণ পশ্চিম মৌচুমী।

 (খ) উত্তৰ পূৱ মৌচুমী। 

(গ) সমমণ্ডলীয় ঘূৰ্ণীবতাহ। 

(ঘ) স্থানীয় বতাহৰ সোঁত। 

উত্তৰঃ 

(ii) ভাৰতবৰ্ষত কিমান পৰিমাণৰ (অনুপাতত) ঠাইত বৰষুণৰ মাত্ৰা বছৰি ৭৫ ছে.মি.ৰত কৈ কম? 

(ক) আধা অংশত।

(খ) 2/3 অংশত

(গ) 1/3 অংশত

(ঘ) 3/4 অংশত

উত্তৰঃ

(iii) দক্ষিণভাৰতৰ ক্ষেত্ৰ ত তলৰ কোনটো কথা নেখাটে? 

(ক)উত্তাপৰ দৌনিক পৰিসৰ ইয়াত কম।

(খ) উত্তাপৰ বছৰেকীয়া পৰিসৰ ইয়াত কম।

(গ) গোটেই বছৰ জুৰি উত্তাপ উচ্চ হৈ থাকে। 

(ঘ) ইয়াত চৰম ভাবাপন্ন জলবায়ু পোৱা যায়। 

উত্তৰঃ 

(iv) দক্ষিণ গোলাৰ্দ্ধত মকৰক্ৰান্তীৰেখাৰ ওপৰত সূৰ্য্য যেতিয়া পোন হৈ থাকে তলত দিয়াবোৰৰ কোনটো সংঘটিত হয়? 

(ক) উত্তৰ-পশ্চিম ভাৰতত উচ্চ চাপৰ সৃষ্টি হয়, উত্তাপ কৰি যোৱাৰ কাৰণে। 

(খ) উত্তৰপশ্চিম ভাৰতত নিম্ন চাপৰ সৃষ্টি হয়, উত্তাপ বাঢ়ি যোৱাৰ কাৰণে।

(গ) উত্তৰপশ্চিম ভাৰতত উত্তাপ আৰু চাপৰ কোনো পৰিবৰ্তন নহয়।

 (ঘ) উত্তৰপশ্চিম ভাৰতত লু বতাহ বলে।

 উত্তৰঃ 

 (v) কোপেনৰ জলবায়ুৰ শ্ৰেণীবিভাগ মতে ‘As’ প্ৰকাৰৰ জলবায়ু ভাৰতৰ কোনখন ৰাজ্যত দেখা যায়? 

(ক) কেৰেলা আৰু কৰ্ণাতকৰ উপকূলত

 (খ) আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত 

(গ) কৰমণ্ডল উপকূলত।

 (ঘ) অসম আৰু অৰুণাচল প্ৰদেশত।

 উত্তৰঃ

২। ৩০ টা শব্দৰ ভিতৰত তলৰ প্ৰশ্নবোৰৰ উত্তৰ কৰা।

 (i) ভাৰতৰ বতৰত প্ৰভাৱ পেলোৱা তিনিটা প্ৰধান কাৰক কি?

 উত্তৰঃ

 (ii) আন্তঃক্ৰান্তীয় মিলিত মণ্ডল (ITCZ) কি?

 উত্তৰঃ 

(iii) মৌচুমীৰ হঠাৎ উদ্ভাবন (bursting of monsoon) মানে কি? অধিক বৰষুণ হোৱাভাৰতৰ ঠাইবোৰৰ নাম লিখা?

 উত্তৰঃ 

(iv) জলবায়ু অঞ্চল কাক বোলে? কোপেনৰ শ্ৰেণীবিভাগ কিহৰ ওপৰত নিৰ্ভৰশীল?

 উত্তৰঃ 

(v) শীতকালি উত্তৰ-পশ্চিম ভাৰতত কোন প্ৰকাৰৰ ঘূৰ্ণী বতাহৰ দ্বাৰা বৰষুণ হয়? ঘূৰ্ণী বতাহবোৰৰ আৰম্ভণি ক’ত? 

উত্তৰঃ 

৩। ১২৫ টা শব্দৰ ভিতৰত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া।

(i) বহল ভিত্তিত জলবায়ুৰ মিল থকা সত্বেও, ভাৰতৰ জলবায়ুৰ বহুতো আঞ্চলিক ভিন্নতা আছে। উপযুক্ত উদাহৰণেৰে এই উক্তিটো বহলাই লিখা। 

উত্তৰঃ 

(ii) ভাৰতৰ বতৰবিজ্ঞান বিভাগে দিয়ামতে ভাৰবৰ্ষত কেইটা ঋতু সুষ্পষ্ট? ইয়াৰ যি কোনো এটা ঋতুৰ লগত জড়িত বতৰৰ অৱস্থাবোৰৰ বিষয়ে বিতংভাৱে লিখা। 

উত্তৰঃ