কিমান চনত জনমতৰ সমৰ্থন লৈ বোনাপাৰ্টে গোটেই জীৱনৰ বাবে কনচুল হৈছিল ?

উত্তৰঃ ১৮০২ চনত জনমতৰ সমৰ্থন লৈ বোনাপাৰ্টে গোটেই জীৱনৰ বাবে কনচুল হৈছিল ।