ভূ-আকৃতি আৰু বিকাশ | অধ্যায় ৭ | Class 11 Geography Question and Assam | HS 1st Year Geography Chapter 7 Important Question and Answer Assamese Medium | HS 1st Year Geography Chapter 7 Shorts Important Question and Answer Notes and Suggestion |

ভূ- আকৃতি আৰু বিকাশ

-অনুশীলন-

১। বহু পচন্দৰ প্ৰশ্নবোৰ ঃ

(i) ভূ-গঠনৰ কোনটো পৰ্যায়ত নিম্নমুখী খনন কাৰ্য অধিক ? 

(ক) তৰুণ  অৱস্থা 

(খ) প্ৰৌঢ় অৱস্থা শেষভাগত

(গ) প্ৰৌঢ় অৱস্থাৰ আগভাগত 

(ঘ) বৃদ্ধ অৱস্থাত 

উত্তৰঃ

(ii) বেদিকা বা ষ্টেপ থকা ঢালৰ সৈতে গভীৰ উপত্যকাক কোৱা হয় 

(ক) U-আকৃতিৰ উপত্যকা 

(খ) খাত (Gorge)  

(গ) অন্ধ উপত্যকা (Blind Valley) 

(ঘ) কন্দৰ (Canyon)

উত্তৰঃ 

(iii) ভৌতিক বিচূৰ্ণীভৱন প্ৰক্ৰিয়াতকৈ ৰাসায়নিক বিচূৰ্ণীভৱন প্ৰক্ৰিয়া তলৰ কোনটো অঞ্চলত অধিক ? 

(ক) আৰ্দ্ৰ অঞ্চলত (Humid region)   

(খ) চূনশিল অঞ্চল (Limestone region) 

(গ) মৰু অঞ্চল (Arid region)

(ঘ) তুষাৰ আবৃত অঞ্চল (Glacier region) 

উত্তৰঃ 

(v) গভীৰ, দীঘল আৰু বহল গাত বা মূৰৰফালে আৰু দই কাষে, থকা বৰ থিয় উচ্চ বেৰযুক্ত দ্ৰেণীক কোৱা হয় 

(ক)  চাৰ্ক (Cirque)

(খ) হিমবাহৰ উপত্যকা (Glacial valley) 

(গ) পাৰ্শ্ব গ্ৰাৱ 

(ঘ) এস্কাৰ (esker)

উত্তৰঃ

২। ৩০ টা শব্দৰ ভিতৰত তলৰবোৰৰ উত্তৰ লিখা ।

(i) শিলাময় ঠাইত হোৱা ভিতৰমুখী ভাঁজ (incised meanders) আৰু পলসুৱা সমভূমিত হোৱা ভাঁজে কি সূচায় ? 

উত্তৰঃ

(ii) অন্তৰ্নিহীত উপত্যকা বা উভালাচ (Valley Sinks বা Uvalas) ৰ ক্ৰমবিকাশৰ সম্পৰ্কে ব্যাখ্যা কৰা । 

উত্তৰঃ

(iii) চূনশিল অঞ্চলত পানীৰ ভূমিতল গতি, পৃষ্ঠ গতিতকৈ অধিক পৰিমাণে হয়, কিয় ? 

উত্তৰঃ

(iv) হিমবাহৰ উপত্যকাবোৰত বহুতো দীঘলভাৱে গঠিত হাৱা অৱক্ষেপিত গঠন (linear depositional forms) দেখা যায় । সিহঁতৰ অৱস্থানিক নামবোৰ লিখা । 

উত্তৰঃ

(v) মৰুভমি অঞ্চলত বতাহে কেনেকৈ তাৰ কাৰ্য সম্পাদন কৰে ? খনন কাৰ্যৰ দ্বাৰা সৃষ্টি কৰা মৰুভূমি অঞ্চলৰ ভূ-অবয়ববোৰৰ কাৰণে বতাহেই একমাত্ৰ দায়ী কাৰক নেকি ? 

উত্তৰঃ

৩। ১৫০ টা শব্দৰ ভিতলত উত্তৰ দিযা ।

(i) আৰ্দ্ৰ জলবায়ু আৰু শুকান জলবায়ু অঞ্চলত পৃথিৱীৰ উপৰিভাগৰক বিভান্ন আকৃতি প্ৰদান কৰাত বোৱতী পানীয়েই (running water) হ’ল আটাইতকৈ প্ৰভাৱশালী ভূ-আকৃতি (geomorphic) কাৰক । ব্যাখ্যা কৰা ।

উত্তৰঃ

(ii) আৰ্দ্ৰ জলবায়ু আৰু শুকান জলবায়ু অঞ্চলত চুনশিলৰ কাৰ্যকাৰিতা বেলেগ বেলেগ হয় কিয় ? আৰু ইয়াৰ ফলাফলবোৰ কি ?

উত্তৰঃ

  (iii) বৰফৰ ক্ৰিয়াৰ ফলত কেনেকৈ উচ্চ পাৰ্বত্য অঞ্চল নিম্ন পাহাৰ আৰু সমতলকৈ ৰূপান্তৰিত হয় আলোচনা কৰা । 

উত্তৰঃ