পৃথিৱীৰ জীৱজগত | অধ্যায় ১৫ | Class 11 Geography Question and Answer Assam | HS 1st Year Geography Chapter 15 Important Question and Answer Solution Assamese Medium | HS 1st Year Geography Chapter 15 Shorts Important Question and Answer Notes and Suggestion |

পৃথিৱীৰ জীৱ জগত

-অনুশীলন-

১। বহু পচন্দৰ প্ৰশ্ন ঃ 

(i) তলৰ কোনটো জীৱমণ্ডলৰ অন্তৰ্গত ? 

ক) কেৱল উদ্ভিদ    গ) কেৱল জীৱ-জন্তু

খ) জীৱিত আৰু মৃত সকলোবোৰ প্ৰাণী     ঘ) কোনোটোৱেই নহয়

উত্তৰঃ  

(ii) ক্ৰান্তীয় ঘাঁহনি অঞ্চলবোৰৰ আন এটি নাম 

ক) প্ৰেইৰী    গ) ষ্টেপছ

খ) ছাভানা  ঘ) কোনোটোৱেই নহয় 

উত্তৰঃ 

(iii) শিলাত অক্সিজেন আৰু লগ লাগি থাকিলে কি গঠন হয় ? 

ক) লৌহ-কাৰব’নেট    গ) লৌহ অক্সাইড

খ) লৌহ নাইষ্টেট   ঘ) লৌহ ছালফেট 

উত্তৰঃ

(iv) সালোক সংশ্লেষণৰ সময়ত, সূৰ্যৰ ৰশ্মিৰ উপস্থিতিত পানীৰ সতে কাৰ্বন-ডাই-অক্সাইড লগ লাগি কি গঠন কৰে ? 

ক) প্ৰ’টিন     গ) কাৰ্বহাইড্ৰেটচ

খ) এমিন’ এছিড   ঘ) ভিটামিন 

উত্তৰঃ 

২। তলত দিয়া প্ৰশ্নবোৰ ৩০ টা শব্দৰ ভিতচৰত উত্তৰ দিয়া । 

i)  পৰিস্থিতি বিদ্য়া বুলিলে কি বুজা ? 

উত্তৰঃ

ii) পৰিস্থিতিতন্ত্ৰ কি ? পৃথিৱীৰ বিভিন্ন পৰিস্থিতিতন্ত্ৰবোৰ চিহ্নিত কৰা ।

উত্তৰঃ

iii) খাদ্যশৃংখল বুলিলে কি বুজা ? ঘাঁহনি খাদ্যশৃংখলত বিৰাজ কৰা বিভিন্ন স্তৰবোৰ চিনাক্ত কৰা ।

উত্তৰঃ  

iv) খাদ্যজাল (food web) বুলিলে কি বুজা ? উদাহৰণ দিয়া । 

উত্তৰঃ 

v) বায়’ম (biome) কি ? 

উত্তৰঃ 

৩। তলত দিয়া প্ৰশ্নবোৰ ১৫০টা শব্দত উত্তৰ দিয়া ।

i) জৈৱ ভূ-ৰাসায়নিক চক্ৰ (bio geo-chemical cycle) কি ?  বায়ুমণ্ডলত নাইট্ৰজেন যৌগিকীকৰণ (Fixation) কেনেকৈ হয় বৰ্ণনা কৰা ।

উত্তৰঃ   

ii) পৰিস্থিতিক ভাৰসাম্য কি ? পৰিস্থিতিক ভাৰসম্য বিনষ্ট নহ’বলৈ কি প্ৰয়োজনীয় ব্যৱস্থা লোৱাৰ প্ৰয়োজন ? 

উত্তৰঃ