প্ৰাচীন কামৰূপৰ ৰজাসকলে ক’ত বেহা-বেপাৰৰ সম্বন্ধ ৰাখিছিল ?

উত্তৰঃ- প্ৰাচীন কামৰূপৰ ৰজাসকলে মগধ, গুজৰাট আৰু কাশ্মীৰৰ লগতো বেহা-বেপাৰ সম্বন্ধ ৰাখিছিল ।