পৰিয়ালৰ অভাৱ নহ’বৰ বাবে পুনৰ সেই মাটি কাৰ নামত আৱণ্টন কৰা হৈছিল ?

উত্তৰঃ- পৰিয়ালৰ অভাৱ নহ’বৰ বাবে পুনৰ সেই মাটি পাইকজনৰ জ্যেষ্ঠ পুত্ৰৰ নামত আৱণ্টন কৰা হৈছিল ।