বোনাপাৰ্টে কি বুলি নিজকে প্ৰমাণ কৰিছিল ?

উত্তৰঃ বোনাপাৰ্টে এজন জনহিতকাৰী আগ্ৰহী ৰাজহুৱা কৰ্মীৰ লোক বুলি নিজকে প্ৰমাণ কৰিছিল ।