গঠন আৰু ভৃৃ- প্ৰকৃতি | অধ্যায় ২ | HS 1st Year Chapter 2 Question and Answer Assamese medium Solution | Class 11 Geography Question and Answer Solution Assamese Medium |

গঠন আৰু ভূ- প্ৰকৃতি

প্ৰশ্নাৱলীঃ

১. তলত দিয়াবোৰৰ পৰা শুদ্ধ উত্তৰ বাছি  উলিওৱা ।

i) হিমালয় পাৰ্বত্য অঞ্চলৰ কান অংশত আমি কাৰেৱা গঠন হোৱা দেখা পাঁও?

ক) উত্তৰ- পূৱ হিমালয়

গ) পূৱ হিমালয়

খ) হিমাচল- উত্তৰাঞ্চল হিমালয়

ঘ) কাশ্মীৰ হিমালয়।

উত্তৰঃ 

ii) লোকটক হ্ৰদ কানখন প্ৰদেশত অৱস্থিত?

 ক) কেৰেলা

 গ) মণিপুৰ

 খ) উত্তৰাঞ্চল

  ঘ) ৰাজস্থান

উত্তৰঃ

 iii) তলত দিয়া কানটো জলভাগ আন্দামানক নিকোবৰ দ্বীপৰ পৰা পৃথক কৰিছে?

 ক) ১১° ডিগ্ৰী প্ৰণালী

গ) ১০° ডিগ্ৰী প্ৰণালী

 খ) মান্নাৰ উপসাগৰ 

 ঘ) আন্দামান সাগৰ

উত্তৰঃ 

 iv) ডোডাবেট্টা শৃংগ কানখন পৰ্বতত অৱস্থিত?

 ক) নীলগিৰি

গ) কাৰ্ডামম পাহাৰ

খ) আনাইমালাই

ঘ) নাল্লামালা পাহাৰ

উত্তৰঃ

২. তলত দিয়া প্ৰশ্নবোৰ ৩০ টা মান শহ্দৰ ভিতৰত উত্তৰ দিয়া।

i)  যদি ওজন মানুহে লাক্ষাদ্বীপলৈ যাত্ৰা কৰে তেন্ত, তেওঁ কোনটো উপকূলৰ পৰা যাত্ৰা কৰিব আৰু কিয়?

উত্তৰঃ

ii)ভাৰতবৰ্ষৰ কোন অঞ্চলত শীতল মৰুভূমি পোৱা যায়? এই অঞ্চলত অৱস্থিত কেইশাৰী মান পৰ্বতৰ নাম লিখা।

উত্তৰঃ

iii)  ভাৰতৰ পশ্চিম উপকূলত অৱস্থিত নদীবোৰৰ মোহনাত ব-দ্বীপ দেখা নাযায় কিয়?

উত্তৰঃ

৩. তলত দিয়া প্ৰশ্নবোৰৰ ১২৫ টা মান শব্দত উত্তৰ দিয়া-

 i) আৰৱ সাগৰ আৰু বংগ  উপসাগৰত থকা দ্বীপবোৰৰ তুলনা কৰা।

উত্তৰঃ

ii) নদী উপত্যকাবোৰৰ সততে দেখা পোৱা ভূ- আকৃতিক অৱয়ববোৰ কি কি?

উত্তৰঃ

iii) যদি তুমি বাংলাদেশৰ পৰা গঙ্গা নদীৰ পাৰে পাৰে সুন্দৰবনলৈ যোৱা তেন্তে কোনবোৰ  ভূ-আকৃতিক অৱয়ব দেখা পাবা লিখা।

উত্তৰঃ